Momi's Touch Boutique

Momi's Touch Boutique Fabric designs, Gujrati stitch, Screen painting, Ribbon stitch with custamable designs.

05/05/2025

কাপোৰত পেইণ্টিং কৰোতে মই কালাৰ কেনেদৰে মিক্স কৰো।

05/05/2025

গহনাৰ ডিজাইনত পেইণ্টিং, 3d আউটলাইনাৰ আৰু পাথৰ দি অৰ্ডাৰৰ কাৰনে বনোৱা এযোৰ মেখেলা চাদৰ লগতে কপৌফুল আৰু পেঁপাৰ ডিজাইন এখন চিংগল চাদৰ। অৰ্ডাৰ কৰিব বিচাৰিলে মোৰ WhatsApp নম্বৰ দিছো মেচেজ কৰিব পাৰিব।
093957 65550

26/02/2025

জবাফুলৰ ডিজাইনত বনোৱা এযোৰ কাপোৰ। কেনেকুৱা লাগিছে জনাব দেই।



25/02/2025

Organza শাড়ী বা মেখেলা চাদৰত পেইণ্টিং কৰাৰ আইডিয়া। লগতে পেইণ্টিংৰ সৰু কিন্তু প্ৰয়োজনীয় টিপছ ।

24/02/2025



20/02/2025

এই চিলাইতো কেনেকে কৰিলো চাও আহকছোন!

31/01/2025


29/01/2025

চাদৰ মেখেলাত লেছ লগাওতে কি আঠা ব্যৱহাৰ কৰিব পাৰি। আঠা লগাওতে কি কি সাৱধানত লৱ লাগে সকলো জনাই আজিৰ এই ভিডিঅ'তো।

28/01/2025

আন এযোৰ জবা ফুলৰ ডিজাইনৰ অৰ্ডাৰ থকা কাপোৰ।

Address

Manik Chandra Baruah Path
Jorhat
785010

Website

Alerts

Be the first to know and let us send you an email when Momi's Touch Boutique posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share