নতুন জোনাক বন

নতুন জোনাক বন শিশু আৰু কিশোৰৰ বাবে উৎসৰ্গিত

31/03/2026
31/03/2026
স্বৰ্ণলতা শিশু কল্যাণ সমিতি অসম আৰু শিশু-কিশোৰৰ পত্ৰিকা ‘নতুন জোনাক বন’ৰ সৌজন্যত শিশুপ্ৰেমীক সন্মান আৰু শিশুসকলক পুৰস্কা...
31/03/2026

স্বৰ্ণলতা শিশু কল্যাণ সমিতি অসম আৰু শিশু-কিশোৰৰ পত্ৰিকা ‘নতুন জোনাক বন’ৰ সৌজন্যত শিশুপ্ৰেমীক সন্মান আৰু শিশুসকলক পুৰস্কাৰ প্ৰদানৰ এটি ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হৈ যায় ২৮ মাৰ্চ ২০২৬ তাৰিখে গুৱাহাটীৰ ছয়মাইলাস্থিত সূৰুযনগৰৰ মেগনাম লক্ষ্মীৰত্ন এনক্লেভৰ ভূমি মহলাত৷ গ্ৰন্থ অধ্যয়ন আৰু বিভিন্ন প্ৰতিভাৰে সমুজ্জ্বল আঠাইশটি শিশুক পুৰস্কাৰ প্ৰদানৰ উপৰি দহগৰাকী প্ৰচাৰ বিমুখ, নীৰৱ শিশু-সাহিত্যিক, শিল্পীক সন্মান জনোৱাৰ লগতে দুখনি শিশু পুথিও উন্মোচন কৰা হয়৷ বিশেষ পুৰস্কাৰপ্ৰাপক তিনিগৰাকী শিশুক ক্ৰমে জোনাক বন গ্ৰন্থ শিল্প পুৰস্কাৰ এইচ.বি.দিব্যাক্ষী চৌধুৰী, জোনাক বন গ্ৰন্থ চিত্ৰ পুৰস্কাৰ মাশ্বাৰিক আব্দুল্লা আৰু জোনাক বন কাব্য সৌৰভ পুৰস্কাৰ অদিভিৎ বৰাক প্ৰদান কৰা হয়৷ তদুপৰি জোনাক বন জোনাকী পুৰস্কাৰ বাৰটি শিশুক, জোনাক বন মুকুতা পুৰস্কাৰ আঠটি শিশুক আৰু জোনাক বন শুভাশিস পুৰস্কাৰ পাঁচোটি শিশুক প্ৰদান কৰা হয়৷

অনলাইন জোনাক বন ছাবৰ বাবে তলৰ লিংকত গৈ চাব পাৰিব।Jonak Bon, January, 2026  জোনাক বন ২০২৬
13/01/2026

অনলাইন জোনাক বন ছাবৰ বাবে তলৰ লিংকত গৈ চাব পাৰিব।

Jonak Bon, January, 2026
জোনাক বন ২০২৬

শুভ দিপাৱলীঅংকন - পালভিৎ কাশ্যপ
20/10/2025

শুভ দিপাৱলী

অংকন - পালভিৎ কাশ্যপ

যোগানন্দ মহন্তৰ এটি সুন্দৰ কবিতা আগবঢ়ালোঁ অকণিহঁতলৈ
19/10/2025

যোগানন্দ মহন্তৰ এটি সুন্দৰ কবিতা আগবঢ়ালোঁ অকণিহঁতলৈ

অংকন -প্ৰিয়াংশু ৰায়,ষষ্ঠ শ্ৰেণী।ছেইণ্ট ক্লাৰেট স্কুল,বৰঝাৰ।
19/10/2025

অংকন -প্ৰিয়াংশু ৰায়,ষষ্ঠ শ্ৰেণী।
ছেইণ্ট ক্লাৰেট স্কুল,বৰঝাৰ।

নাম:ময়ঙ্ক কাকতিশ্ৰেণী:পঞ্চমৰাজগড় একাডেমী চেণ্টাৰ স্কুল,ডিব্ৰুগড়
18/10/2025

নাম:ময়ঙ্ক কাকতি
শ্ৰেণী:পঞ্চম
ৰাজগড় একাডেমী চেণ্টাৰ স্কুল,ডিব্ৰুগড়

Address

House No/8, 1st Byelane, Sixmile
Khanapara
781022

Telephone

+918471970519

Website

Alerts

Be the first to know and let us send you an email when নতুন জোনাক বন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to নতুন জোনাক বন:

Shortcuts

Share