Juiful

Call Contact the business

Juiful Please connect with us for natural dyed yarn and handloom products ..call @ 8822487179 for more details

Eri blend mekhela sador ..Deegh - Modal yarnBani - Eri Silk
16/06/2026

Eri blend mekhela sador ..
Deegh - Modal yarn
Bani - Eri Silk

Introducing Eri Blend 'Mekhela Sador' from Juiful...জুইফুল ফুলিছে ❤️
13/06/2026

Introducing Eri Blend 'Mekhela Sador' from Juiful...

জুইফুল ফুলিছে ❤️

04/05/2025

Weave natural, wear natural, be natural ♥️

শেৱালি ফুলেৰে ৰং দিয়া এৰী সূতাৰ কাপোৰযোৰ সঁচাকৈয়ে ধুনীয়া ❤️নিজৰ প্রিয় ফুলেৰে ৰং কৰা সূতাৰ বাবে আমাক যোগাযোগ কৰক এইটো নম্...
28/04/2025

শেৱালি ফুলেৰে ৰং দিয়া এৰী সূতাৰ কাপোৰযোৰ সঁচাকৈয়ে ধুনীয়া ❤️

নিজৰ প্রিয় ফুলেৰে ৰং কৰা সূতাৰ বাবে আমাক যোগাযোগ কৰক এইটো নম্বৰত : 8822487179 ✨❣️

প্ৰাকৃতিক ৰঙৰ এৰি সূতাৰ প্ৰথম batch ..কেঁচা চাহ পাত, শুকান শেৱালি ফুল + গাজৰ + হালধি, পিয়াঁজৰ বাকলি,  শুকান চেগুনৰ পাত, ...
26/04/2025

প্ৰাকৃতিক ৰঙৰ এৰি সূতাৰ প্ৰথম batch ..

কেঁচা চাহ পাত, শুকান শেৱালি ফুল + গাজৰ + হালধি, পিয়াঁজৰ বাকলি, শুকান চেগুনৰ পাত, জামু গছৰ বাকলি ।

ফটোত ৰং বোৰ দেখাত সামান্য বেলেগ হ'ব পাৰে।

প্ৰাকৃতিক ৰঙৰ এৰী সূতাৰ প্ৰথম batch ..১. কেঁচা চাহ পাত২.‌ শুকান শেৱালি ফুল + গাজৰ + হালধি৩. পিয়াঁজৰ বাকলি৪. শুকান চেগুনৰ...
24/04/2025

প্ৰাকৃতিক ৰঙৰ এৰী সূতাৰ প্ৰথম batch ..

১. কেঁচা চাহ পাত
২.‌ শুকান শেৱালি ফুল + গাজৰ + হালধি
৩. পিয়াঁজৰ বাকলি
৪. শুকান চেগুনৰ পাত

ফটোত ৰং বোৰ দেখাত সামান্য বেলেগ হ'ব পাৰে।

Here is our first batch of natural dyed eri yarn..

1. Raw tea leaves
2. Dried Night Jasmine Flower + Carrot + Turmeric
3. Onion peel
4. Dry Segun Leaves ..

Colours may slightly be different in real than in the photos.

22/04/2025

Connect with us for naturally dyed yarn..

প্ৰাকৃতিক সামগ্ৰীৰে ৰং দিয়া এৰী সূতাৰ বাবে যোগাযোগ কৰক।

Jaatra With Aichengfa

Weave natural, wear natural, be natural ♥️Jaatra With Aichengfa
21/04/2025

Weave natural, wear natural, be natural ♥️

Jaatra With Aichengfa

20/04/2025

অসম সোণালী বস্ত্ৰৰ দেশ । তাহানিৰে পৰা অসমৰ শিপিনীয়ে তাঁ‌তশালত বৈ-কাটি আহিছে আদৰৰ বস্ত্ৰ । আপোন সংস্কৃতিৰ এয়া প্ৰগতিশীল ধাৰা ।
বৃহৎশিল্পই ক্ষুদ্ৰশিল্পক গিলিব খোজে । তাৰ মাজতো অসমৰ এচাম শ্ৰদ্ধেয় শিল্পীয়ে খামুচি ধৰি আছে আমাৰ পুৰণি তাঁ‌তশালখনিক। এতিয়া সময় --- এই চেনেহী শিপিনী সকলৰ হাত অধিক সবল কৰাৰ --- । অসমৰ বস্ত্ৰশিল্পক অধিক চহকী আৰু ৰঙীন কৰাৰ ।
"জুইফুল" আমাৰ সপোনৰ ফুল। " জুইফুল"ত ৰামধেনুৰ সাতোটা বোল ---।
বিনন্দীয়া প্ৰকৃতি, মতলীয়া --সুৰভি।পলাশ ,চম্পা , নাহৰ, তগৰ আৰু --- কত ফুলৰ কত ৰং আকাশত উৰে ! এই ৰং আমাৰ জীৱনৰো ৰং।
আমাৰ "জুইফুল" ৰঙৰ খনি । অসমৰ বৰণীয়া প্ৰকৃতিৰ বিচিত্ৰ ফল-ফুলৰ মিশ্ৰণ-প্ৰকৰণেৰে জীৱন্ত হৈ উঠা ৰঙীন সূতাৰ চলমান উদ্যোগ।
আমাৰ আশা-- "জুইফুল"ৰ ৰঙীন সূতাৰে অসমৰ বস্ত্ৰ হৈ পৰক অধিক ৰঙীন । অধিক জোৰত ঘূৰক অসমৰ তাঁ‌তশালখনিৰ মাকো আৰু মহুৰা । এয়াযে অসমৰ অৰ্থনীতি-প্ৰগতিৰো মাকো। 🌸✨❣️🙏
Juiful 🌸🤗

Address

Tinsukia
Tinsukia

Telephone

+918822487179

Website

Alerts

Be the first to know and let us send you an email when Juiful posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Juiful:

Shortcuts

Share