16/02/2023
বাইহাটা চাৰিআলিত আৰু ইয়াৰ ওচৰে পাজৰে থকা ৰাইজৰ সুবিধাৰ বাবে মুকলি কৰি দিয়া হৈছে এটি বিবাহ ভৱন - "পদুমী পেলেচ", আপোনালোকৰ আশীৰ্বাদ আৰু সহাঁৰি বিচাৰি।
আমি সকলো ধৰণৰ অনুষ্ঠানৰ বাবে বুকিং গ্ৰহণ কৰি আছো । যিকোনো অনুষ্ঠানৰ বাবে যোগাযোগ কৰিব পাৰে 7814713463 বা 9954780214 নম্বৰত
ধন্যবাদ।
Address - NH-31, Guwahat Road, Baihata Chariali, Near BD Enterprise (opposite to ASTC parking)