Pallavi's SILK Wonder""

Pallavi's SILK Wonder"" A designer house of traditional Assamese Mekhela chadar.Address: Padmalakhi complex, Rajgarh Road
(2)

11/08/2026

MUGA silk needs no extra identification. It speaks for itself ✨ its Golden elegance says it all.
It's timeless beauty is unmistakable.
For Assam, Muga is more than Silk, it is heritage, pride and emotion ❤️✨❤️✨

Gor orders and enquiries,call or whatsapp us

9864621234
9435313777

📍 Visit our store at
📍 Pallavi's SILK WONDER
📍 Padmalakhi complex
📍 Opposite bylane 8
📍 Rajgarh road Guwahati

05/08/2026

অসমৰ বান পৰিস্থিতিৰ কথা মনত ৰাখিও কৰ্মক আওঁকাণ কৰিলে জানো হ'ব?
"No matter how difficult the situation, life must go on."
The situation was difficult,but we are back to work.

We're back to work because every effort we make is an opportunity to help someone. ❤️

✨A new post is up!
Go take a look and let us know what you think.

MUGA_মুগা_the golden thread of Assam 💖💝

📍 Find us here

📍 Pallavi's SILK WONDER
📍 Padmalakhi complex
📍 Opposite bylane 8
📍 Rajgarh road Guwahati

Call us 9864621234/9435313777

03/08/2026

অসমৰ বান পৰিস্থিতিৰ কথা মনত ৰাখিও কৰ্মক আওঁকাণ কৰিলে জানো হ'ব?
"No matter how difficult the situation, life must go on."
The situation was difficult,but we are back to work.

We're back to work because every effort we make is an opportunity to help someone. ❤️

✨A new post is up!
Go take a look and let us know what you think.

Cotton kesapaat/ cotton saree collection.

📍 Find us here

📍 Pallavi's SILK WONDER
📍 Padmalakhi complex
📍 Opposite bylane 8
📍 Rajgarh road Guwahati

Call us 9864621234/9435313777

01/08/2026

অসমৰ বান পৰিস্থিতিৰ কথা মনত ৰাখিও কৰ্মক আওঁকাণ কৰিলে জানো হ'ব?
"No matter how difficult the situation, life must go on."
The situation was difficult,but we are back to work.

We're back to work because every effort we make is an opportunity to help someone. ❤️

✨A new post is up!
Go take a look and let us know what you think.

Cotton kesapaat collection.

📍 Find us here

📍 Pallavi's SILK WONDER
📍 Padmalakhi complex
📍 Opposite bylane 8
📍 Rajgarh road Guwahati

Call us 9864621234/9435313777

31/07/2026

উজনি অসমত হোৱা শেহতীয়া বানে সৃষ্টি কৰা পৰিস্থিতিত আমি সকলো মৰ্মাহত।
বিগত দিন কেইটাত মনবোৰ খুবেই অশান্ত হৈ আছিল।
এতিয়াও মুকলি হোৱা নাই কিয়নো আচল যুদ্ধ খন এতিয়া আৰম্ভ হৈছে ক্ষতিগ্ৰস্ত মানু্হ বোৰৰ।
সাহায্য গৈ আছে, পুনৰ নিৰ্মাণৰ কাম, চাফাই অভিযান অব্যাহত আছে।
আৰু কিমান সময় লাগিব, কোনেও নাজানে।
কিন্তু তাৰ মাজতে সকলোৱে নিজৰ কাম কৰিব লাগিব,
কৰ্তব্যক আওঁকাণ কৰিলে নহব।
কাৰণ সহায়ৰ হাতখন আগবঢ়াব হ'লে আমাকো হাতত পইচা পাতি লাগিব। কাৰণ বিনা পইচাত একো নহয়।
সেয়েহে আমি Pallavi's SILK Wonder"" ৰ কাপোৰৰ video বোৰ কাইলৈৰ পৰা আকৌ দিবলৈ আৰম্ভ কৰিম।

আশা কৰোঁ এই কঠিন সময়কণত ধৈৰ্য সকলোৰে সাৰথি হওঁক;
হয়, সময় সঁচাকে বৰ কঠিন কিন্তু এদিন ইয়াৰ অন্ত হ'ব।

25/07/2026
আগ্ৰহী সকলে যি পাৰে দিব পাৰে।কাপোৰ, ছেনিটেৰী পেড, খোৱা সামগ্ৰী, ব্লিছিং পাউদাৰ, পানীৰ বটল, কিতাপ বহী, কলম... এটোপ এটোপ ক...
25/07/2026

আগ্ৰহী সকলে যি পাৰে দিব পাৰে।
কাপোৰ, ছেনিটেৰী পেড, খোৱা সামগ্ৰী, ব্লিছিং পাউদাৰ, পানীৰ বটল, কিতাপ বহী, কলম...
এটোপ এটোপ কৈ পানীৰে বহল সাগৰ সৃ্ষ্টি হ'ব পাৰে।
আপোনালোকৰ ক্ষুদ্ৰ অৰিহনা একোটাই আৰ্ত জনৰ বাবে সকাহ।
আমি কেৱল প্ৰয়াস কৰিছো, তেনেই ক্ষুদ্ৰ এই প্ৰয়াস।
বাকী প্ৰাৰ্থনা কৰিছো, সেই দুৰ্ভগীয়া পৰিয়াল বোৰৰ বাবে।

আমাক যোগাযোগ কৰিবলৈ তলৰ নম্বৰ দুটা দিলোঁ
9864621234
9435313777

মঙলবাৰলৈ হে লোৱা হব সাহায্য সামগ্ৰী সমূহ।

25/07/2026

Pallavi's SILK WONDER ৰ তৰফৰ পৰা দুদিনমান কোনো নতুন video upload কৰা নাই। উজনি অসমৰ সামগ্ৰিক পৰিস্থিতিত আমাৰ মনবোৰ খুবেই অশান্ত হৈ আছে আৰু এনেকুৱা দুখৰ সময়ত আমি ব্যৱসায়িক কামবোৰ কৰি আছো কৰ্তব্যৰ খাতিৰত যদিও video আদি প্ৰচাৰ কৰিব পৰাকৈ মানসিক ভাবে শক্তিশালী হৈ থাকিব পৰা নাই।

এই দুখৰ সময়ত, নিজৰ ৰাজ্যৰ আপোন মানুহ খিনিৰ বাবে সামান্য হলেও এখনি সহায়ৰ হাত আগবঢ়াব বিচাৰিছো।

যিমান পাৰো অকলেই কৰি আছোঁ।
যদি কোনোবাই কিবা সাহাৰ্য্য আগবঢ়াব বিচাৰে, আমাৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

18/07/2026

Just Dropped!
Meet our newest product—crafted with quality, style, and performance in mind. Don't miss out! 💖
DM us to order today.


📍 Find Us Here:
📍 Pallavi's SILK WONDER
📍 Padmalakhi complex
📍 Opposite bylane 8
📍 Rajgarh road
📍 Guwahati Assam

📱 Call or whatsapp us

9864621234
9435313777

07/07/2026

🚨 New Post Alert! 🚨
Exclusive designs are here in a whole new style. ✨
Stand out with unique looks crafted to make an impression. Discover the latest collection and find your new favorite.
#ᴛʀᴇɴᴅɪɴɢɴᴏᴡ

✨ Find Your Style With Us ✨
📍 Visit Our Boutique
📍 Pallavi's SILK WONDER
Padmalakhi complex
Opposite bylane 8
Rajgarh road Guwahati Assam

Your next favorite outfit is just a visit away.

📞 Let's Connect
Call us to place your order or for any enquiries.
☎️ 9864621234. 9435313777

Address

Padmalakhi Complex, Rajgarh Main Road
Gauhati
781003

Opening Hours

Monday 11am - 8pm
Tuesday 11am - 8pm
Wednesday 11am - 8pm
Thursday 11am - 8pm
Friday 11am - 8pm
Saturday 10am - 8pm
Sunday 2pm - 6pm

Telephone

+919864621234

Alerts

Be the first to know and let us send you an email when Pallavi's SILK Wonder"" posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pallavi's SILK Wonder"":

Shortcuts

Share

Category