Barhamthuri axomiya gohona

Barhamthuri axomiya gohona Traditional Assamese jewellery

"চুই_দিয়া_গলি_যাম_মই_তোমাৰ_বুকুতেমৰমকন_বিচাৰো_এবাৰ_সাৱটি_লোঁৱানা"💜💜💜💜💜💜💜In frame-  DekaMua-  MahantaBeautiful capture b...
27/09/2021

"চুই_দিয়া_গলি_যাম_মই_তোমাৰ_বুকুতে
মৰমকন_বিচাৰো_এবাৰ_সাৱটি_লোঁৱানা"
💜💜💜💜💜💜💜
In frame- Deka
Mua- Mahanta
Beautiful capture by Changmai
Jewellery by
Pure silver based jewellery
Any kind of information please contact us
7578907388
Lakhimpur

"জেতুকা বুলিয়া হাততে তোমাৰেখোপাতে কপৌ ৰে পাহি.......মূগা ৰে সাজেৰে, হিয়া মোৰ মোহিলাক'ৰে তুমি মোহিনী♥️♥️♥️♥️♥️"In frame-...
27/09/2021

"জেতুকা বুলিয়া হাততে তোমাৰে
খোপাতে কপৌ ৰে পাহি.......
মূগা ৰে সাজেৰে, হিয়া মোৰ মোহিলা
ক'ৰে তুমি মোহিনী♥️♥️♥️♥️♥️"

In frame- Purnata Gogoi
Make-up done by Lukisha Deka
Beautiful click by Indubhushan Nath
Jewellery partner Barhamthuri Axomiya Gohona by Lucky Pori Saikia Neog
Mehendi by Parishmita Das
💜💙💙💙💙💙💜

Pure silver based Assamese jewellery
7577093103
7578907388




"বৰ্তমান সময়ত অসমীয়া গহনা ৰ প্ৰচলন বহুত বেছি দেখা গৈছে,আমাৰ কাৰণে এইটো খুব ভাল কথা, কাৰণ ৰূপত বনোৱা অসমীয়া গহনা বোৰ আমাৰ পৰম্পৰা গত গহনা, এতিয়া প্ৰত্যেক খন বিয়াত কইনাৰ লগতে সম্পৰ্কীয় সকলো মহিলাই অসমীয়া গহনা পৰিধান কৰা দেখিবলৈ পোৱা যায়।
খুব কম বয়সত আৰু কম সময়ত এই ব্যৱসায় টো কৰাৰ পোক এটা সোমাইছিল, তেতিয়া ভালদৰে বুজি উঠিবই পৰা নাছিলোঁ যে কি হয় অসমীয়া গহনা...? বৰপেটা, নগাওঁ......বুলি কলে অকণমান থমকি ৰওঁ, কোনটো বা কি.....?
নিজৰ জন্ম ঠাই খনতে আৰম্ভ কৰিছিলোঁ "বৰ্হমথুৰি_অসমীয়া_গহনা"
আৰু সকলোৰে পৰা ইমান সঁহাৰি মৰম পালোঁ কেতিয়াবা আৱেগিক হৈ পৰো।💜💜💜

লখিমপুৰ ৰ লগতে ধেমাজি,যোৰহাট,শিৱসাগৰ,তেজপুৰ, দুলিয়াজান, জোনাই, ডিব্ৰুগড় ৰ পৰা গ্ৰাহক আহে বৰ্হমথুৰি লৈ,কিমান যে ভাল লাগে তেতিয়া,কাৰোবাৰ হৃদয়ৰ এটা কোণত যেন ঠাই পাইছোঁ 😊

বহুখিনি আছে কৰিবলৈ,বহুখিনি আছে দিবলৈ
বহুখিনি আছে শিকিবলৈ,
মৰম বোৰ সদায় এনেকৈ এ দি যাব😊
নজনাবোৰ শিকাব আৰু ভুল বোৰ আঙুলিয়াই দিব
তাৰেই কামনাৰে
Lucky Pori Saikia Neog
Pinky Saikia

26/08/2021

যিসকলে "বৰ্হমথুৰি"ৰ পৰা গহনা ক্ৰয় কৰিছে, সেই সকলে গহনা টো কেনেকুৱা পালে,লগতে আমাৰ পৰা কেনেকুৱা ব্যৱহাৰ পালে আৰু কিবা যদি বেয়া দেখি গৈছে তেনেহলে comment কৰি জনাব।
সেই সকলোখিনি comment ৰ পৰা আমি এগৰাকী বাছি উলিয়াই আমাৰ ফালৰ পৰা এটি সৰু #উপহাৰ প্ৰদান কৰিম।🙏
"সম্পূৰ্ণ ৰূপৰ ওপৰত তৈয়াৰ হোৱা অসমীয়া গহনা ক্ৰয় কৰিবলৈ আহক লক্ষীমপুৰৰ "বৰ্হমথুৰি" লৈ।
এটা বছৰ অতিক্ৰম কৰা মোৰ "বৰ্হমথুৰি" খনক সকলোৱে ইমান মৰম দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছো 🙏🙏
আশা কৰোঁ আগলৈ আপোনালোকৰ দিহা পৰামৰ্শ ৰ লগতে মৰম পাই যাম,
মই Luckypori Saikia ই আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ🥰🥰🥰🥰🥰🥰
সকলোৱে page খন like আৰু follow কৰিবলৈ নাপাহৰিব 😊
#
# #

"বয়ে_যায়_মায়া_সানি_তাই"Beautiful click by Manik mazumdarJewellery by Barhamthuri axomiya gohonaMakeover by Prathana Bhu...
26/08/2021

"বয়ে_যায়_মায়া_সানি_তাই"
Beautiful click by Manik mazumdar
Jewellery by Barhamthuri axomiya gohona
Makeover by Prathana Bhuyan
♥️♥️♥️♥️
"সম্পূৰ্ণ ৰূপৰ ওপৰত তৈয়াৰ হোৱা অসমীয়া গহনা ক্ৰয় কৰিবলৈ আহক লক্ষীমপুৰৰ "বৰ্হমথুৰি" লৈ।
এটা বছৰ অতিক্ৰম কৰা মোৰ "বৰ্হমথুৰি" খনক সকলোৱে ইমান মৰম দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছো 🙏🙏
আশা কৰোঁ আগলৈ আপোনালোকৰ দিহা পৰামৰ্শ ৰ লগতে মৰম পাই যাম,
মই Luckypori Saikia ই আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ🥰🥰🥰🥰🥰🥰
সকলোৱে page খন like আৰু follow কৰিবলৈ নাপাহৰিব 😊
#
# #
# #

Network r karone live2 continue kribo nuwarilu 😟😟😟
29/07/2021

Network r karone live2 continue kribo nuwarilu 😟😟😟

27/07/2021
WhatsApp 7577093103
27/07/2021

WhatsApp 7577093103

WhatsApp 7577093103/7578907388
27/07/2021

WhatsApp 7577093103/7578907388

WhatsApp- 7577093103/7578907388
27/07/2021

WhatsApp- 7577093103/7578907388

Pure_silver_based_ranthali_made
25/07/2021

Pure_silver_based_ranthali_made

Address

CD Road
North Lakhimpur
787001

Telephone

+917577093103

Website

Alerts

Be the first to know and let us send you an email when Barhamthuri axomiya gohona posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Barhamthuri axomiya gohona:

Shortcuts

Share