M/S Modern Handloom Common Facilitation centre

M/S Modern Handloom Common Facilitation centre M/S Modern Handloom Common Facilitation centre

আমাৰ থলুৱা শিল্পিনীসকলে ৰাতি-দিন একাকাৰ কৰি তাঁতৰ শালত এযোৰ এযোৰকৈ কাপোৰ তৈয়াৰ কৰে। কিন্তু কিছুমান অসৎ লোকে এনে কষ্টৰ ম...
14/08/2026

আমাৰ থলুৱা শিল্পিনীসকলে ৰাতি-দিন একাকাৰ কৰি তাঁতৰ শালত এযোৰ এযোৰকৈ কাপোৰ তৈয়াৰ কৰে। কিন্তু কিছুমান অসৎ লোকে এনে কষ্টৰ মূল্য বুজি পোৱাৰ বিপৰীতে প্ৰৱঞ্চনাৰ আশ্ৰয় লয়।
যোৱা ১৬/০২/২০২৬ তাৰিখে শিৱসাগৰ কোঁৱৰপুৰ গাঁৱৰ বাসিন্দা, নবীন বৰুৱা তেওঁৰ পুত্ৰ বিচিত্ৰ বৰুৱা সপৰিয়ালে আমাৰ ‘M/s Modern Handloom’ লৈ আহি কেইদিনমান ভিতৰত পইচা দিয়াৰ প্ৰতিশ্ৰুতিৰে কেবাযোৰো মূল্যৱান কাপোৰ লৈ যায়।
কিন্তু বহু দিন পাৰ হৈ যোৱাৰ পিছতো পইচা পৰিশোধ নকৰি বিভিন্ন অজুহাত দেখুৱাই থাকে। আজি পইচা আনিবলৈ এজন লৰাক পঠোৱাত তেওঁলোকে আজি বহুদিনৰ পিছত মাত্ৰ তিনিযোৰ কাপোৰ ঘূৰাই দিয়ে ।আৰু বাকী প্ৰাপ্য টকাখিনি m/s Morden handloom পৰা phone কৰে কৰ্মচাৰীজনক অৰ্থহীন কথাৰে অকাৰণতে কাজিয়া-বিতৰ্ক কৰি অপমান তথা উপলুঙা কৰে।
এনেধৰণৰ মানসিকতাই আমাৰ নিচিনা কষ্ট কৰি চলি থকা ব্যৱসায়ী আৰু শিল্পিনীসকলক নথৈ ক্ষতিগ্ৰস্ত কৰিছে।
আমি স্পষ্টভাৱে জনাব বিচাৰো যে, এনে অসৎ কাৰ্যৰ বিৰুদ্ধে আমি আইনীভাৱে FIR দাখিল কৰিবলৈ বাধ্য হম।
সমাজৰ সকলোৰে অৱগতিৰ বাবে আৰু আমাৰ দৰে আন কোনো ব্যৱসায়ী যাতে এনে প্ৰৱঞ্চনাৰ চিকাৰ নহয়, তাৰ বাবে এই বিষয়টো ৰাজহুৱা কৰা হ’ল।
— M/s Modern Handloom


Address

Sapekhati
Sibsagar
785692

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Alerts

Be the first to know and let us send you an email when M/S Modern Handloom Common Facilitation centre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share